Header Ads

Breaking News
recent

নৱেম্বৰলৈকে অসমত ১২,০০০ জন শিক্ষকৰ নিযুক্তি

নৱেম্বৰলৈকে অসমত 12000 শিক্ষকৰ নিযুক্তি

টেটত উত্তিৰ্ণ সকললৈ সু খৱৰ । সৰ্ৱানন্দ সোণোৱাল চৰকাৰে  অসমত এই বছৰৰ নৱেম্বৰলৈকে ১২,০০০ জন শিক্ষকৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিব ।  শিক্ষামন্ত্ৰী  হিমন্ত বিশ্ৱ শৰ্মাই গুৱাহাটীত ১০৩ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকললৈ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ সময়ত এই কথা ঘোষণা কৰে ।
শিক্ষামন্ত্ৰী  হিমন্ত বিশ্ৱ শৰ্মাই কৈছিল" আমি এই বছৰৰ নৱেম্বৰলৈকে টেটত উত্তিৰ্ণ  ১২,০০০ জন শিক্ষকৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ব " ।

SOURCE : NEWS LIVE

No comments:

Powered by Blogger.