Header Ads

Breaking News
recent

অসমত ব্যৱসায় আৰু উদ্যোগ স্থাপনৰ সুবিধাৰ্থে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এক গঠন মুলক প্ৰচেষ্টা

Sarbananda Sonowal

অসমত ব্যৱসায় আৰু উদ্যোগ স্থাপনৰ সুবিধাৰ্থে সৰ্বানন্দ সোণোৱাল চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ।
EASE OF DOING BUSINESS IN ASSAM  নামৰ ৱেবচাইটোৰ জৰিয়তে অনলাইন VAT,CST, গুৱাহাটী মহানগৰীৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰৰ ৰেজিষ্ট্ৰেচন আৰু বিভিন্ন সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে । চৰকাৰৰ এই প্ৰচেষ্টাই নতুন উদ্যমীসকলক আৰু ব্যৱসায়ী সকলক TAX আৰু বিভিন্ন সেৱাৰ ৰেজিষ্ট্ৰেচনত বাৰুকৈয়ে সহায় কৰিৱ ।

No comments:

Powered by Blogger.